Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহুত ভাল লাগিল।কৃষ্ণ।
অতি সুন্দৰ । বাইদেউৰ শিকণ শৈলী অতি মনোগ্ৰাহী । ভাল লাগিল ।
বৰ সুন্দৰ কৈ শিকাইছে ,ভাল লাগিল।
ভাল লাগিল। বৰ সুন্দৰ কৈ শিকাইছা।
বৰ সুন্দৰ পদক্ষেপ। অব্যাহত ৰাখক।
কৃষ্ণ, কৃষ্ণ, আপোনাৰ প্ৰচেষ্টা অতি গ্ৰ্হণ যোগ্য, এই প্ৰচেষ্টাই অসমৰ যুৱ প্ৰজন্মক যথেষ্ট উপকৃত কৰিব। আৰু ভগৱানে আপোনাক মঙ্গল কৰক তাৰেই কামনা কৰিলো।এই ব্যৱস্থা টোৱে বক্ৰপথ নিৰ্মূল কৰি যূৱ সমাজক আগুৱাই নিয়ে যেন।কৃষ্ণ কৃষ্ণ।
Oti xundor kontho baideu bhal lagil
বহুত সুন্দৰভাবে বুজাই দিছে।ভাল লাগিল
উপকৃত হোৱাৰ আনুভূতি জাগিছে্্ধন্যবাদ
অতি সুন্দৰ তিনিচুকীয়াৰ পৰা কৃষ্ণ কৃষ্ণ কৃষ্ণ
বহুত সুন্দৰ পদক্ষেপ
Val lagil baideu, thank you🙏
অতি সুন্দৰ প্ৰচেষ্টা। তোমাৰ পৰা আমিও শিকিব পাৰিম। ধন্যবাদ।
ইমান মধুৰ ভাষাৰে শিকাইছে, বহুত ভাল লাগিছে। আগলৈ এনেদৰে শিকাবলৈ ভগৱন্তই কুশলে ৰাখক। কৃষ্ণ 🙏
কৃষ্ণ এনেকৈয়ে বৰগীত শিকাই থাকিব চূণ বুহুত ধুনীয়া হৈছে কৃষ্ণ
কৃষ্ণ , সুন্দৰ পদক্ষেপ।
অতি সুন্দৰ ভাৱে বৰগীতটি পৰিবেশন কৰিলে। ধন্যবাদ
অতি সুন্দৰ কৈ শিকাইছে।আগলৈ আৰু বৰগীত শিকিব পাম বুলি আশা ৰাখিলোঁ।🙏🏻
সাৱলীল সুমধুৰ ভাষাৰ আধ্যাৎমিক হৃদয়ঙ্গম অনুভূতিৰে অন্তৰআত্মা তৃপ্ত হৈলো
Vàl lagil apuni eman dhunia k bujai gai dise. Mur bogeet hikiboloi bor mon ase.
বহুত বহুত সুন্দৰ লাগিল ।ইমান ধুনীয়াকৈ আপোনি শিকাই বুজাই গাই শুনাইছে । ঈশ্বৰে আপোনাক ভাৱে ৰাখক আমি আপোনাৰ পৰা আগলৈ আৰু জানিব লৈ আছে ।
শিকোৱা প্ৰচেষ্টা টো বৰ সুন্দৰ ভাল লাগিল l শিকিব লৈ বৰ সহজ কৰি শিকা য় চা ভাল লাগিল l
ইমান সুন্দর হৈছে শুনিবলৈ, পিছৰ কেইটা কেতিয়া পাম শুনিবলৈ,
বৰ ভাল লাগিল কৃষ্ণ
extreamly happy to listen your borgeet thanks a lot please
বৰ সুন্দৰ
বৰ ভাল লাগিল কৃষ্ণ 🙏
Bor hundor kantha apunar muru borgit gaboloi bohut essa ase apunar porai shiki lobo lagibo
সুন্দৰ।
খুব সুন্দৰকৈ শিকাইছে। আগলৈও যাতে এনেদৰে শিকাই যাব পাৰে তাৰ বাবে ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। কুশলে থাকক।❤❤
বৰ সুন্দৰ হৈছে।ভাল লাগিল।
সুন্দৰ ভাল লাগিল
ভাল লাগিল
সুন্দৰ
বৰ ভাল লাগিছে। আগলৈও শিকাই যাব বুলি আশা কৰিলোঁ
Bohut val lagil
সুন্দৰ।ভাল লাগিল। শিকন কৌশল ভাল। গুৰু শ্মৰণ কৰা নহয় নেকি?
ভাল হৈছে
ধুনীয়া হৈছে
Bohut vl lgil
Bhal lagil. Agaloi akou diba.
সুন্দৰ শিকন শৈলী ৷ বাদী স্বৰ ,সম্বাদী স্বৰ আৰু ৰাগটোৰ স্বৰলিপি দি দিয়া হ’লে শিকিবলৈ বেছি সুবিধা হ’ল হেঁতেন ৷
বৰ ভালকৈ শিকাই আছে
সুন্দৰ কণ্ঠ
বৰ ভাল লাগিল ।
Expect more. Excellent work
Very inspired and helpful work
Hudor lagil,❤ Krishna 🙏
Khub bhalo lagil
Very good idea for learning borgeet. Thanks.
অতি সুন্দৰ গোলাপ বায়ণ ছাৰে শিকাইছে নেকি জনাবাচোন ।
অতি সুন্দৰ প্ৰচেষ্টা।ৰূপক তালটো লিখি দিলে ভাল আছিল। পুনৰ তালবোৰ লিখি দিব বুলি আশা কৰিলো।
Oti sundor❤❤
Val lagel ❤
Bohut val lagise 🙏🙏🙏
অতি সুন্দৰ প্ৰচেষ্টা ,
Sunddar kantha krishnsa 🙏 method is very good .👌
Oti hundar.
ভাল লাগিল বাইদেউউদ্ধৱ চলহু টোতাল,ৰাগ আৰু কেনেকুৱা গাব লাগে দিলে ভাল পাম
Bht val lgise. Lgt tumr voice to bht sweet 👍🏻
Thank you
@@karishmasarma6124qq11¹❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤q
Bor xundor.
শুপ্ৰভাত আপোনাৰ প্ৰচেস্তাত উৎসাহিত হৈছো আশাকৰো অব্যাহত ৰাখিব । ধন্যবাদ ।
কৃষ্ণ আই 🙏 অলপ হলেও বুজিব পাৰিছো
🙏🙏🙏🙏🙏
Very good
Krishna bhal lagil
Bahutt bhal lagil krishna
🙏
ভাল লাগিল।
🙏🙏🙏
Bahut bhal lagil alp haleo sikhilo
Nice voice 🔥 bohut val lagil ❤️❤️❤️👍🙏
Krishna
Korshnakitshnakirshna🙏🙏🙏🙏
Krishnakrishna
Hundar
Thank you ma'am please continue all lesson ❤️
Welcome. We will definitely do it.
আপোনাৰ কণ্ঠ বৰ সুন্দৰ। ইমান সাৱলীল ভাৱে বুজাইছে বহুত ভাল লাগিছে ।পৰৱৰ্তী সময়ত আপোনাৰ লগত যোগাযোগ কৰিম ।
🎉
Bar Sundar lagise .Mur bargit shikibalai bar man ase .aji apunar vidiotu Sai bahut bhal lagil .pashalaiu pam buli asha karilu .
VDO tu Pai khub xhukhi holu agoloi Pam buli akhara korilu Dhanybad
Hundor
কৃষ্ণ । কৃষ্ণ শংকৰ গুৰু হৰি ৰাম এনেদৰে। ৰাগ গোৱা শুনিছোঁ । আপোনাৰ দৰে গোৱা শুনা নাই ।ৰাগ ও বেলেগ বেলেগ আছে নি বুজাইদিব নে
Krishna🙏🙏🙏🌹
❤❤
Ragar swarlipi dibason.Jay guru Sankar.❤❤❤❤
অশেষ ধন্যবাদ জনাইছো।
Mor pujaniya madam Mai upakrita haiso bahut bahut dhnyabad
Good job
SUNDAR BHAL LAGIL SUNI MEAM SUNDARKOI BUJAY. DIYA BABE AGLOI SUNAR AKSHERA .
❤❤❤❤❤❤
বা বসন্ত ৰাগ ৰ এটি ভিডিয় দিব চুন।। মই নথৈ উপকৃত হ'ম।। Please
Krisna,sikiboli troy kori aso,uthora utho bapu,sikai dibo , Thanks
❤❤❤😂
7:00 taal , ga maa
বৰগীত ভাল পা
সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
মই।গুৱাহাটিত থাকো আপুনাক।কত কেনে কৈ লগ পাম জনাব চোন
Rag Aru bogeet Gabo deai mean hundar gaise
Tq ma'am so mush I'm happy
অতি মধুৰ
বহুত ভাল লাগিল।কৃষ্ণ।
অতি সুন্দৰ । বাইদেউৰ শিকণ শৈলী অতি মনোগ্ৰাহী । ভাল লাগিল ।
বৰ সুন্দৰ কৈ শিকাইছে ,ভাল লাগিল।
ভাল লাগিল। বৰ সুন্দৰ কৈ শিকাইছা।
বৰ সুন্দৰ পদক্ষেপ। অব্যাহত ৰাখক।
কৃষ্ণ, কৃষ্ণ, আপোনাৰ প্ৰচেষ্টা অতি গ্ৰ্হণ যোগ্য, এই প্ৰচেষ্টাই অসমৰ যুৱ প্ৰজন্মক যথেষ্ট উপকৃত কৰিব। আৰু ভগৱানে আপোনাক মঙ্গল কৰক তাৰেই কামনা কৰিলো।এই ব্যৱস্থা টোৱে বক্ৰপথ নিৰ্মূল কৰি যূৱ সমাজক আগুৱাই নিয়ে যেন।
কৃষ্ণ কৃষ্ণ।
Oti xundor kontho baideu bhal lagil
বহুত সুন্দৰভাবে বুজাই দিছে।ভাল লাগিল
উপকৃত হোৱাৰ আনুভূতি জাগিছে্্ধন্যবাদ
অতি সুন্দৰ তিনিচুকীয়াৰ পৰা কৃষ্ণ কৃষ্ণ কৃষ্ণ
বহুত সুন্দৰ পদক্ষেপ
Val lagil baideu, thank you🙏
অতি সুন্দৰ প্ৰচেষ্টা। তোমাৰ পৰা আমিও শিকিব পাৰিম। ধন্যবাদ।
ইমান মধুৰ ভাষাৰে শিকাইছে, বহুত ভাল লাগিছে। আগলৈ এনেদৰে শিকাবলৈ ভগৱন্তই কুশলে ৰাখক। কৃষ্ণ 🙏
কৃষ্ণ এনেকৈয়ে বৰগীত শিকাই থাকিব চূণ বুহুত ধুনীয়া হৈছে কৃষ্ণ
কৃষ্ণ , সুন্দৰ পদক্ষেপ।
অতি সুন্দৰ ভাৱে বৰগীতটি পৰিবেশন কৰিলে। ধন্যবাদ
অতি সুন্দৰ কৈ শিকাইছে।
আগলৈ আৰু বৰগীত শিকিব পাম বুলি আশা ৰাখিলোঁ।🙏🏻
সাৱলীল সুমধুৰ ভাষাৰ আধ্যাৎমিক হৃদয়ঙ্গম অনুভূতিৰে অন্তৰআত্মা তৃপ্ত হৈলো
Vàl lagil apuni eman dhunia k bujai gai dise. Mur bogeet hikiboloi bor mon ase.
বহুত বহুত সুন্দৰ লাগিল ।ইমান ধুনীয়াকৈ আপোনি শিকাই বুজাই গাই শুনাইছে । ঈশ্বৰে আপোনাক ভাৱে ৰাখক আমি আপোনাৰ পৰা আগলৈ আৰু জানিব লৈ আছে ।
শিকোৱা প্ৰচেষ্টা টো বৰ সুন্দৰ ভাল লাগিল l শিকিব লৈ বৰ সহজ কৰি শিকা য় চা ভাল লাগিল l
ইমান সুন্দর হৈছে শুনিবলৈ, পিছৰ কেইটা কেতিয়া পাম শুনিবলৈ,
বৰ ভাল লাগিল কৃষ্ণ
extreamly happy to listen your borgeet thanks a lot please
বৰ সুন্দৰ
বৰ ভাল লাগিল কৃষ্ণ 🙏
Bor hundor kantha apunar muru borgit gaboloi bohut essa ase apunar porai shiki lobo lagibo
সুন্দৰ।
খুব সুন্দৰকৈ শিকাইছে। আগলৈও যাতে এনেদৰে শিকাই যাব পাৰে তাৰ বাবে ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। কুশলে থাকক।❤❤
বৰ সুন্দৰ হৈছে।ভাল লাগিল।
সুন্দৰ ভাল লাগিল
ভাল লাগিল
সুন্দৰ
বৰ ভাল লাগিছে। আগলৈও শিকাই যাব বুলি আশা কৰিলোঁ
Bohut val lagil
সুন্দৰ।ভাল লাগিল। শিকন কৌশল ভাল। গুৰু শ্মৰণ কৰা নহয় নেকি?
ভাল হৈছে
ধুনীয়া হৈছে
Bohut vl lgil
Bhal lagil. Agaloi akou diba.
সুন্দৰ শিকন শৈলী ৷ বাদী স্বৰ ,সম্বাদী স্বৰ আৰু ৰাগটোৰ স্বৰলিপি দি দিয়া হ’লে শিকিবলৈ বেছি সুবিধা হ’ল হেঁতেন ৷
বৰ ভালকৈ শিকাই আছে
সুন্দৰ কণ্ঠ
বৰ ভাল লাগিল ।
Expect more. Excellent work
Very inspired and helpful work
Hudor lagil,❤ Krishna 🙏
Khub bhalo lagil
Very good idea for learning borgeet. Thanks.
অতি সুন্দৰ গোলাপ বায়ণ ছাৰে শিকাইছে নেকি জনাবাচোন ।
অতি সুন্দৰ প্ৰচেষ্টা।ৰূপক তালটো লিখি দিলে ভাল আছিল। পুনৰ তালবোৰ লিখি দিব বুলি আশা কৰিলো।
Oti sundor❤❤
Val lagel ❤
Bohut val lagise 🙏🙏🙏
অতি সুন্দৰ প্ৰচেষ্টা ,
Sunddar kantha krishnsa 🙏 method is very good .👌
Oti hundar.
ভাল লাগিল বাইদেউ
উদ্ধৱ চলহু টো
তাল,ৰাগ আৰু কেনেকুৱা গাব লাগে দিলে ভাল পাম